প্ৰলয়ৰ অপেক্ষাত পৃথিৱী
(পুলক জ্যোতি শৰ্মা)
মোৰ বুকুৰ তেজেৰে গঢ়া শাণিত শৰত
মই নিজেই শয্যাশায়ী
হাজাৰ বছৰৰ পাছত বুৰঞ্জীৰ ছাত্ৰই পঢ়িব—
কুৰি-একৈশ শতিকাত
প্ৰলয়ৰ অপেক্ষাত আছিল পৃথিৱী
********
মোৰ বুকুৰ তেজেৰে গঢ়া শাণিত শৰত
মই নিজেই শয্যাশায়ী
হাজাৰ বছৰৰ পাছত বুৰঞ্জীৰ ছাত্ৰই পঢ়িব—
কুৰি-একৈশ শতিকাত
প্ৰলয়ৰ অপেক্ষাত আছিল পৃথিৱী